ছানিয়া -ছোৱেইবৰ সম্পৰ্কত ফাঁট
কেৱল প্ৰেমৰ বাবেই নিজ দেশৰ শত্ৰুকো আকোঁৱালি লৈছিল টেনিছ তাৰকা তথা সুন্দৰী ছানিয়া মিৰ্জাই।সেই ছানিয়াকেই এতিয়া নিজৰ জীৱনৰ পৰা আঁতৰাই পঠিয়াব খুজিছে পাকিস্তানী ক্ৰিকেটাৰ তথা ছানিয়াৰ স্বামী ছোৱেইব আখতাৰে।পাকিস্তানী সংবাদপত্ৰত প্ৰকাশ পোৱা খবৰ…