হোটেলৰ নাম আছিল ‘হানিমুন’৷ ২০১৪ চনৰ পিছত কৰা হল ‘হনুমান হোটেল’৷ এখন পুৰণি হিন্দী ছবিৰ ফটো শ্বেয়াৰ কৰি ২০১৮ চনতেই এই টুইট কৰিছিল Alt News ৰ প্ৰতিষ্ঠাপক মহম্মদ জুবেৰে৷ ২০১৮ চনৰ টুইটক লৈ ২০২২ চনত দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিলে মহম্মদ জুবেৰক৷ কিন্তু কিয়?