থোৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

আজি ঘোষণা কৰা হ’ল ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ কোভিডৰ বাবে এই বছৰ অনুষ্ঠিত হোৱা নাছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ বিকল্প মূল্যায়ন পদ্ধতিৰে ফলাফল ঘোষণা ৷

থোৰতে মেট্ৰিকৰ ফলাফল এনেধৰণৰ –

  • উত্তীৰ্ণৰ হাৰ ৯৩.১০ শতাংশ
  • ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৯৩.৩৪ শতাংশ
  • ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯২.৯০ শতাংশ
  • সৰ্বমুঠ পৰীক্ষাৰ্থী ৪,২৬,৫৫৩ গৰাকী
  • প্ৰথম বিভাগত উত্তীৰ্ণ ৮৮,৫২১গৰাকী
  • দ্বিতীয় বিভাগত উত্তীৰ্ণ ১,৬০,২৯৮গৰাকী
  • তৃতীয় বিভাগত উত্তীৰ্ণ ১,৪৮,৩১৩গৰাকী
  • সৰ্বমুঠ উত্তীৰ্ণ ৩,৯৭,১৩২ পৰীক্ষাৰ্থী
  • ডিষ্টিংচনসহ উত্তীৰ্ণ ১০,৩৪৮গৰাকী
  • ষ্টাৰমাৰ্কসহ উত্তীৰ্ণ ২০,০৯২গৰাকী
  • ৯৯.৪০ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত বিশ্বনাথ জিলা
  • ৮৩.৪৯ শতাংশ উত্তীৰ্ণৰে সৰ্বনিম্ন হোজাই জিলা
hslcresultthecrosscurrent
Comments (0)
Add Comment