অসমলৈ আহিব গুজৰাটী গাই৷

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসমলৈ ২০০০ গিৰ গাই অনাৰ ব্যৱস্থা গ্ৰহণৰ বাবে পদ্ম হাজৰিকাৰ নেতৃত্বত অসমৰ এটা প্ৰতিনিধি দল বুধবাৰে গুজৰাটত উপস্থিত হৈ ৰাজ্যখনৰ পশুপালন মন্ত্ৰী ৰাঘৱ জি. পেটেলক সাক্ষাৎ কৰে। অসমৰ প্ৰতিনিধি দলটোৱে বুধবাৰে আবেলি ৪ বজাৰ পৰা প্ৰায় ১ ঘণ্টা সময় ধৰি গুজৰাটৰ পশুপালন মন্ত্ৰী গৰাকীৰ লগত অসমলৈ গিৰ গাই অনাৰ বিষয়ে আলোচনা কৰে।

#girgaithecrosscurrent
Comments (0)
Add Comment