কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি তলত পৰিল বাহন।

কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি তলত পৰিল বাহন।এতিয়াও সন্ধানহীন বাহনখন।ঘটনাস্থলীত আৰক্ষী আৰু এচ ডি আৰ এফ উপস্থিত হৈ অভিযান আৰম্ভ কৰিছে।ট্ৰাক বুলি প্ৰাথমিক অনুসন্ধানত জানিব পৰা গৈছে বাহনখন৷NDRF আৰু সেনা বাহিনীৰো সহায় বিচাৰিছে।এতিয়ালৈ সন্ধান নাই বাহনত থকা কোনো মানুহৰো৷

#accedentthecrosscurrent
Comments (0)
Add Comment