অৰুণাচলবাসীয়ে অসমীয়াত কথা পাতিলে অসমবাসীয়ে হিন্দীত কথা নাপাতিব’

‘অসমীয়া ভাষাৰ সংকট কেতিয়াও নাহে। অৰুণাচলবাসীয়ে অসমীয়াত কথা পাতিলে অসমবাসীয়ে হিন্দীত কথা নাপাতিব।’ The Crosscurrentৰ বিশেষ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছিয়ে ক’লে বহু কথা। প্ৰশান্ত কুমাৰ বৰুৱাৰ সৈতে ‘মাইক্ৰফোন’

The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.

Comments (0)
Add Comment