• ঘোষণা হ’ল HSLC, AHM চূড়ান্ত পৰীক্ষাৰ প-পত্ৰ পূৰণৰ তাৰিখ

• মেট্ৰিক, হাই মাদ্ৰাছাৰ প-পত্ৰ পূৰণৰ অন্তিম দিন ১৮ ডিচেম্বৰ

ING

• ২৫ নৱেম্বৰৰ পৰা মুকলি হ’ব ছেবাৰ অনলাইন প’ৰ্টেল

● sebaregistration.in ৱেবচাইটযোগে পূৰ্ণ কৰিব লাগিব প-পত্ৰ

• BPL পৰিয়ালৰ শিক্ষার্থীয়ে জমা দিব নালাগে পৰীক্ষাৰ মাচুল • জমা দিব লাগিব নৱম শ্ৰেণীত ৰোপণ গছপুলিৰ বৰ্তমানৰ ফ’টো

# AHMhslcthecrosscurrent
Comments (0)
Add Comment