এ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষনা

অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক(প্ৰাৰম্ভিক) পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে ৷বিগত ১২ ছেপ্তেম্বৰত র্এই পৰীক্ষা অনুষ্ঠিত হৈছিল ৷ য’ত প্ৰায় ৭৬ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ৷
প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলৰ বাবে মূল পৰীক্ষাৰ প্ৰ- পত্ৰ পূৰণৰ তাৰিখ শীঘ্ৰে ঘোষণা কৰা হ’ব বুলি এ পি এছ চিৰ তৰফৰ পৰা জনোৱা হৈছে ৷

#APSCresult#assam_govtthecrosscurrent
Comments (0)
Add Comment