উৎকোচ লৈ পুনৰ গ্ৰেপ্তাৰ এজন

উৎকোচ লৈ পুনৰ গ্ৰেপ্তাৰ এজন

চৰাইদেউৰ সাপেখাটী ৰাজহ চক্ৰৰ লাটমণ্ডল হৰি প্ৰসাদ দাসক গ্ৰেপ্তাৰ।

৫,০০০টকা উৎকোচ লওঁতেই হাতেলোটে গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ।

 

Comments (0)
Add Comment