WHOৰ বিজ্ঞানীয়ে বেছি কথা কয়ঃ চন্দ্ৰ মোহন পাটোৱাৰী

বিশ্ব স্বাস্থ্য সংস্থাক তুচ্ছ তাচ্ছিল্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ। মন্ত্ৰী গৰাকীৰ মতে ক’ভিডৰ ঔষধ প্ৰস্তুত কৰাত ব্যৰ্থ হৈছে WHO। বিশ্ব স্বাস্থ্য সংস্থাৰ বিজ্ঞানীসকলে বেছি কথা কয়। ঔষধ তৈয়াৰ কৰাৰ নামত কোটি কোটি টকাৰ লোকচান কৰি আছে সংস্থাটোৱে। WHOই ক’ভিডৰ নামত কেবল ভয় খুৱাই বিশ্ববাসীক আতংকিত কৰি আছে বুলিও অভিযোগ উত্থাপন কৰিছে মন্ত্ৰী গৰাকীয়ে।

#chandramohanpatowarythecrosscurrentwho
Comments (0)
Add Comment