বৰাকক বিচ্ছিন্ন কৰাৰ দাবীঃ নগেন শইকীয়াক উদ্দেশ্যি কি ক’লে পৰেশ বৰুৱাই?

নগেন শইকীয়াৰ মন্তব্য সন্দৰ্ভত পৰেশ বৰুৱাৰ প্ৰতিক্ৰিয়া। নগেন শইকীয়াই এনেদৰে মন্তব্য কৰাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পৰেশ বৰুৱাই কয় যে-নগেন ককাইদেউৰ মন্তব্য দূৰ্ভাগ্যজনক আৰু হতাশাজনক। মাতৃৰ মূৰৰ বিষত মূৰটো কাটি পেলাব নেকি? তেখেতৰ মন্তব্য দুখজনক-আমি ধিক্কাৰ দিছো। তেখেতে কথাটো উঠাই লওক-অসমবাসীৰ ওচৰত ক্ষমা খোজক। অন্যথা তেখেতৰ সন্মান লাঘৱ হ’ব। এই মন্তব্যই বুৰঞ্জীত কুঠাৰঘাত কৰিছে। বৰাক অসমৰ অবিছেদ্য অংগ। তেখেতে কিয় ভুল কৰিলে আচৰিত হৈছোঁ। কোনোবা প্ৰদীপ দত্ত ৰয়ৰ কথাত গুৰুত্ব দিব নালাগে। প্ৰদীপ দত্ত ৰয়কো কঠোৰ সকীয়নি পৰেশ বৰুৱাৰ। বৰাকত খিলঞ্জীয়া জনগোষ্ঠীৰ অধিকাৰ লাগিবই। প্ৰয়োজনত অস্ত্ৰ ব্যৱহাৰ কৰাৰ হুংকাৰ পৰেশ বৰুৱাৰ। বৰাকক বিচ্ছিন্ন কৰিব খোজা লোকসকলক এঘৰীয়া কৰিব লাগে। পৰেশ বৰুৱাৰ এনে কঠোৰ মন্তব্যৰ পিছতে এতিয়া ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ

nagensaikiapareshbaruahthecrosscurrent
Comments (0)
Add Comment