মাজুলীত পুনৰ অঘটনঃ লুইতৰ মাজত আৱদ্ধ ফেৰী

◆ মাজুলীত সংঘটিত হৈছে আন এক অঘটন

◆ লুইতৰ মাজত পুনৰ আৱদ্ধ যাত্ৰীবাহী ফেৰী

◆ কমলাবাৰীৰ পৰা নিমাতীঘাটৰ দিশে গৈছিল ফেৰীখন

◆ ব্ৰহ্মপুত্ৰৰ মাজত আৱদ্ধ হৈ পৰিছিল ফেৰী এম ভি লোহিত

◆ পুৱা ৮ বজাত যাত্ৰা আৰম্ভ কৰিছিল ফেৰীখনে

#ferryaccident#majulithecrosscurrent
Comments (0)
Add Comment