১ ছেপ্তেম্বৰৰ পৰা অসমত আনলক : আৰু কি কি ঘোষণা মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ ?

আনলক সন্দৰ্ভত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা

  • ৰাজ্যত দৈনিক কোভিড আক্ৰান্তৰ সংখ্যা ৫০০ লৈ হ্ৰাস পালেই সম্পূৰ্ণ আনলক ৷
  • বৰ্তমানৰ দৰে পৰিস্থতি অব্যাহত থাকিলেও ১ ছেপ্তেম্বৰৰ পৰা আন্ত:জিলা যাতায়ত সম্পূৰ্ণৰূপে মুকলি হ’ব ৷
  • দশম , দ্বাদশ শ্ৰেণীৰ লগতে স্নাতক আৰু স্নাতকোত্তৰ চূড়ান্ত শ্ৰেণীৰ পাঠদান আৰম্ভ হ’ব ১ ছেপ্তেম্বৰৰ পৰা ৷
  • ১৮ বছৰৰ উৰ্ধৰ সকলো ছাত্ৰ ছাত্ৰীক ভেকচিন লোৱাৰ আ্হ্বান ৷
  • ভেকচিন ল’লেহে ছাত্ৰ- ছাত্ৰী থাকিব পাৰিব হোষ্টেলত ৷
  • ভেকচিন নল’লে থাকিব নোৱাৰিব হোষ্টেলত ৷

 

assamcovidhimantabiswasarmathecrosscurrent
Comments (0)
Add Comment