অসমত মোডীৰ জন্মদিন উপলক্ষে ৰাজ্য চৰকাৰৰ বিশেষ আয়োজনঃ ৮ লাখ ভেকচিন প্ৰদানৰ লক্ষ্য

সৰ্বমুঠ ৮ লাখ ভেকচিন প্ৰদান কৰাৰ লক্ষ্যৰে আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন পালন কৰিব অসম চৰকাৰে। ৰাজ্যৰ ৪০০০ টিকাকৰণ কেন্দ্ৰত দিয়া হব ভেকচিন। আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী গৰাকীক। প্ৰধানমন্ত্ৰীৰ জন্মদিনত সেৱা সমৰ্পণ কাৰ্যসূচী পালন কৰিছে ৰাজ্য চৰকাৰে। প্ৰধানমন্ত্ৰী গৰাকীৰ দীৰ্ঘজীৱন কামনা কৰি ভাৰতক বিশ্বগুৰু কৰাৰ উদ্দেশ্যে মোডীয়ে চলোৱা প্ৰচেষ্টা সফল হোৱাৰ বাবে প্ৰাৰ্থনা জনায় হিমন্ত বিশ্ব শৰ্মাই।

assamgovtmodisbirthdaythecrosscurrent
Comments (0)
Add Comment