আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্মজয়ন্তী

🔴 আজি অসমীয়া জাতিৰ যুগদ্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্মজয়ন্তী

🔴অসমৰ বিভিন্ন স্থানত উদযাপন কৰা হৈছে গুৰুজনাৰ জন্মজয়ন্তী

🔴হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ নামঘৰসমূহ

🔴মহাপুৰুষ গুৰুজনাক সুঁৱৰি বৰদোৱা,লখিমপুৰ, বৰপেটা, শুৱালকুছিত বিশাল আয়োজন

#assamesesociety#srimantasankardevthecrosscurrent
Comments (0)
Add Comment