Just in- মাজুলীৰ ভেকেলি চাপৰিত উদ্ধাৰ ফেৰী দুৰ্ঘটনাত নিখোঁজ চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ

অৱশেষত আজি উদ্ধাৰ হ’ল ভয়ংকৰ নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত নিখোঁজ হৈ থকা ডাঃ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ। মাজুলীৰ ভেকেলি চাপৰিত উদ্ধাৰ কৰা হৈছে মৃতদেহটো । ঘটনাস্থলীলৈ ইতিমধ্যেই ৰাওনা হৈছে SDRFৰ দল। উল্লেখ্য যে মাজুলীৰ গড়মুৰ চিকিৎসালয়ৰ চিকিৎসক আছিল ডাঃ বৰুৱা।

#majuliaccidentassamthecrosscurrent
Comments (0)
Add Comment