সুখবৰঃ আজি আপোনাৰ একাউণ্টত সোমাব ধন

আজি ১০ ছেপ্টেম্বৰ। আজি পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ ধন জমা হব হিতাধিকাৰীৰ একাউন্টত। ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰীয়েও পাব এই ধন। ৪৩.৭২ লাখ হিতাধিকাৰীয়ে লাভ কৰিব ধন। বিধৱা পেঞ্চন আৰু দিব্যাংগৰ সাহাৰ্য্যৰ ধনো একাউন্টত সোমাব বুলি জানিব পৰা গৈছে। প্ৰতি মাহে ২৪২.৪০ কোটি টকা আদায় দিব ৰাজ্য চৰকাৰে। কিন্তু পৰৱৰ্তী সময়ত চৰকাৰে প্ৰতিশ্ৰুতি অনুসৰি কাম কৰে নে নকৰে সেয়াহে হব লক্ষণীয়।

#arunodoyschemeassamgovtthecrosscurrent
Comments (0)
Add Comment