তামিলনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাঃ ১৩ গৰাকী লোকৰ মৃত্যু – বৰ্তমানলৈ একমাত্ৰ জীৱিত ব্যক্তি CDS বিপিন ৰাৱট

তামিলনাডুত সংঘটিত শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাৰ উত্তেজনা এতিয়াও মাৰ যোৱা নাই। হেলিকপ্টাৰ খনত থকা ১৪ গৰাকী যাত্ৰীৰ ভিতৰত ১৩ গৰাকী লোকৰেই মৃত্যু হৈছে বুলি খবৰ ৰাজহুৱা হোৱাৰ লগে লগে এতিয়া উদ্বিগ্নতা বৃদ্ধি পাইছে সমগ্ৰ দেশতে। এয়া প্ৰায় নিশ্চিত হৈ পৰিছে যে বিপিন ৰাৱটৰ পত্নী মধুলিকা ৰাৱটৰ ইতিমধ্যেই মৃত্যু হৈছে। খবৰ আহিছে যে বৰ্তমান পৰ্য্যন্ত জীৱিত অৱস্থাত থকা হেলিকপ্টাৰ খনৰ একমাত্ৰ যাত্ৰী হৈছে বিপিন ৰাৱট। এতিয়া ৰাৱটৰ আশু আৰোগ্য কামনা কৰিছে দেশবাসীয়ে।

tamilnaduthecrosscurrent
Comments (0)
Add Comment