ৰাজ্যৰ বজাৰত মূল্যবৃদ্ধিৰ লংজাম্প, ক’ত কিমান মূল্য ?

মুল্যবৃদ্ধিৰ জুইকুৰাই দহিছে ৰাজ্যৰ সাধাৰণ জনতাক। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য :

◆ ৰন্ধন গেছ : ৯৫২.৫০ টকা
◆ পেট্ৰ’ল : ১০০.৬৮ টকা
◆ ডিজেল : ৯২.৪৭ টকা
◆ কেঁচা মটৰ : ৩০০ টকা
◆ ফুলকবি : ১২০ টকা
◆ বিন : ১০০ টকা
◆ গাজৰ : ১০০ টকা
◆ ভাতকেৰেলা : ৬০ টকা
◆ বিলাহী : ৫০ টকা
◆ বেঙেনা : ৫০ টকা
◆ পিয়াজ : ৪৫ টকা
◆ তিয়হ : ৪০ টকা
◆ জিকা : ৪০ টকা
◆ ভুল : ৪০ টকা
◆ পটল : ৪০ টকা
◆ ভেণ্ডী : ৪০ টকা
◆ আলু : ৩৫ টকা

'assampricehikedthecrosscurrent
Comments (0)
Add Comment