প্ৰকাশ পালে উপ-নিৰ্বাচনত AIUDF ৰ প্ৰাৰ্থীত্ব তালিকা

◆ উপ-নিৰ্বাচনত দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব AIUDFয়ে

◆ ভৱানীপুৰ আৰু গোসাঁইগাঁৱত সমষ্টিত প্ৰাৰ্থীত্ব দিব AIUDFয়ে

◆ভৱানীপুৰত AIUDF ৰ প্ৰাৰ্থী জুব্বাৰ আলি

◆ গোসাঁইগাঁৱত AIUDF ৰ প্ৰাৰ্থী খাইৰুল আনাম খন্দকাৰ

aiudfassamassam_bye_electionthecrosscurrent
Comments (0)
Add Comment