‘এতিয়াও সময় আছে ভেকচিন লওক, নহ’লে পূজা চাব নোৱাৰিব’: মুখ্যমন্ত্ৰী

◆ ৰাজ্যত অনুষ্ঠিত হ’ব লগা দুৰ্গা পূজা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

◆ সকলো ব্যক্তিকে পূজাৰ পূৰ্বে ভেকচিন ল’বলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

◆ কেৱল ভেকচিন লোৱা লোককহে পূজা চাবলৈ অনুমতি প্ৰদান কৰা হব

◆ পূজা কমিতিসমূহে প্ৰৱেশদ্বাৰত পৰীক্ষা কৰিব লাগিব ভেকশ্বিনেচন চাৰ্টিফিকেট

◆ লগতে ৰাজ্যৰ ক’ভিদ পৰিস্থিতি উন্নত হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে

assamthecrosscurrent
Comments (0)
Add Comment