“গৰুখুঁটি কাণ্ডৰ খলনায়ক ফটোগ্ৰাফাৰ বিজয় বণিয়া নিৰ্দোষী” :ৰকিবুল হুছেইন

দৰং জিলাৰ গৰুখুঁটিত হোৱা উচ্ছেদ অভিযানত আৰক্ষী আৰু প্ৰতিবাদকাৰি মাজত সৃষ্টি হৈছিল তীব্ৰ সংঘৰ্ষ। আৰক্ষীৰ গুলীত নিহত হোৱা এজন ব্যক্তিৰ মৃতদেহৰ উপৰত অতি বৰ্বৰ ভাৱে জপিয়াই পৰা বিজয় বণিয়া সন্দৰ্ভত মন্তব্য ৰকিবুল হুছেইনৰ। ফটোগ্ৰাফাৰ বিজয় বণিয়াক নিৰ্দোষী বুলিলে ৰকিবুল হুছেইনে। বিজয় বণিয়াৰ মগজুত বিজেপিয়ে বিষবাষ্প সুমুৱাই দিছে। তাৰ ফলতেই এইবোৰ ঘটনা সংঘটিত হৈছে বুলি উল্লেখ কৰে চামগুৰিৰ বিধায়কজনে আৰু ইয়াৰ বাবেই সমাজখন ধ্বংশ হৈছে।

assamgorukhutithecrosscurrent
Comments (0)
Add Comment