যুদ্ধ : আৱদ্ধ ভাৰতীয়ক শীঘ্ৰে কিয়েভ ত্যাগৰ নিৰ্দেশ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক অতি শীঘ্ৰে ৰাজধানী চহৰখন এৰিবলৈ কোৱা হৈছে ৷ ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে জাৰি কৰা এক নিৰ্দেশনাত কোৱা হয় যে কিয়েভত ভাৰতীয়সকল যি পৰিস্থিতিতেই নাথাকক কিয় অতি শীঘ্ৰে চহৰখন এৰিব লাগে ৷ ইউক্ৰেইন আৰু ৰাছিয়াৰ শান্তি আলোচনা বিফল হোৱাৰ পাছতেই এই জৰুৰী নিৰ্দেশনা জাৰি কৰা হয় ৷

#kyiv#RussiaUkraine#thecrosscurret#ukraine#Warindiarussia
Comments (0)
Add Comment