- অলিম্পিকত আৰু এটা পদক নিশ্চিত হ’ল ভাৰতৰ ৷
- ভাৰতীয় ৰেষ্টলাৰ ৰবি দাহিয়াই ৫৭ কেজি ফ্ৰী ষ্টাইল শাখাত ফাইনেলত প্ৰৱেশ কৰিছে ৷
- তেও কাজাখাস্থানৰ প্ৰতিদ্বন্দী নুৰ ইছলামক পৰাজিত কৰি ফাইনেলৰ পথ সুগম কৰি তোলে ৷
- ৰেষ্টলিঙৰ ৮৭ কেজি শাখাত ভাৰতৰ দীপক পুনিয়া আমেৰিকাৰ প্ৰতিদ্বন্দীৰ হাতত ছেমিফাইনেলত পৰাজিত হ’বলগীয়া হয় ৷
অলিম্পিকত ভাৰতৰ আৰু এটা পদক নিশ্চিত : কোনে প্ৰৱেশ কৰিলে ফাইনেলত ?
