সম্পূৰ্ণ হ’ল ‘ৰাইজৰ দল’ৰ পঞ্জীয়ন প্ৰক্ৰিয়া। ‘ৰাইজৰ দল’ক ভাৰতৰ নিৰ্বাচন আয়োগে স্বীকৃতি প্ৰদান কৰিলে এটা পঞ্জীয়নভুক্ত ৰাজনৈতিক দল হিচাপে।
বিগত ৪ ফেব্ৰুৱাৰী, ২০২১ বৰ্ষত পঞ্জীয়নৰ বাবে আবেদন কৰা ৰাইজৰ দলে বিগত বুধবাৰে ডাকযোগে লাভ কৰে ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰেৰণ কৰা পঞ্জীয়ন প্ৰমাণ পত্ৰ।