পেট্ৰ’লৰ দাম বৃদ্ধিয়ে কেনেকৈ ধনী কৰিছে মোদী চৰকাৰক?

পেট্ৰ’লৰ মূল্য ৭ পইচা বৃদ্ধি হওতে দিল্লীত আন্দোলন কৰিছিল বিজেপিয়ে৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰশান্ত ফুকন আৰু বিজয়া চক্ৰবর্তীৰ আন্দোলনৰ কথাও সর্বজনবিদিত৷পেট্ৰ’লৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ আছিল নৰেন্দ্ৰ মোদীও৷এতিয়া মূল্যবৃদ্ধিয়ে জ্বলাকলা খুৱাইছে ৰাইজক ৷কিন্তু আন্দোলন নাই বিজেপিৰ৷ কাৰণ পেট্ৰ’লৰ মূল্যবৃদ্ধিয়ে ধনী কৰিছে মোদী চৰকাৰক৷ কিন্তু কেনেকৈ?

 

স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos Visit: https://thecrosscurrent.in/ Follow Us Facebook: https://www.facebook.com/TheCrossCurrent YouTube: https://www.youtube.com/c/TheCrossCurrentYoutube Instagram: https://www.instagram.com/crosscu Twitter: https://twitter.com/CurrentCross

#india_government#narendra_modi#petrol_diesel_price#petrol_diesel_price_hike_indiathecrosscurrent
Comments (0)
Add Comment