দেশ জ্বলিছে নুপুৰ শর্মাৰ বিৰুদ্ধে ক্ষোভত

দেশ জ্বলিছে নুপুৰ শর্মাৰ বিৰুদ্ধে ক্ষোভত৷ উত্তৰ প্ৰদেশ,দিল্লী,মহাৰাষ্ট্ৰ,কর্নাটক,ঝাৰখণ্ড,পশ্চিম বংগত ক্ষোভৰ দাবানল৷ দাউদাউকৈ জ্বলিছে বাহন,ভাঙিছে মন্ত্ৰীৰ গাড়ী৷ শুক্ৰবাৰৰ নামাজৰ পিছতেই দেশৰ প্ৰান্তে প্ৰান্তে অভাবনীয় পৰিস্থিতি৷ আনফালে নুপুৰ শর্মাৰ জিভা কাটিব পাৰিলে ঘোষনা কৰা হৈছে এক কোটি টকাৰ পুৰস্কাৰ৷ সৱিশেষ লৈ এক প্ৰতিবেদন৷

 

 

#bjpGovt#naredramodi#nupur_sarma#nupur_sarrma_controversy#thecroosscurrent
Comments (0)
Add Comment