- টকিঅ’ত ভাৰতৰ স্বৰ্ণজয়ৰ সপোন অৱশেষত পূৰণ হ’ল ৷
- জেভলিন থ্ৰোত ভাৰতৰ নীৰজ চোপ্ৰাই লাভ কৰে স্বৰ্ণ পদক ৷
- টকিঅ’ অলিম্পিকত স্বৰ্ণপদক লাভ কৰা প্ৰথগৰাকী ভাৰতীয় খেলুৱৈ নীৰজ ৷
- ইয়াৰ পূৰ্বে আজি ৰেষ্টলিঙত বজৰং পুনিয়াই লাভ কৰিছিল ব্ৰঞ্জৰ পদক ৷
- এতিয়ালৈকে ভাৰতে চলিত অলিম্পিকত লাভ কৰিছে মুঠ ৭ টা পদক ৷