শুল্ক বিভাগৰ হাতত পৰিল হার্ডিক পাণ্ডিয়া৷ডুবাইৰ পৰা উভতি অহাৰ সময়তে ৫ কোটি টকাৰ দুটা ঘড়ীসহ শুল্ক বিভাগৰ হাতত ধৰা পৰিল হাৰ্দিক পাণ্ডিয়া।

ভাৰতীয় দলৰ তাৰকা ক্ৰিকেটাৰ পাণ্ডিয়াৰ হাতত এই মূল্যবান ঘড়ী দুটা সম্পৰ্কত নাছিল কোনো ধৰণৰ বৈধ নথি।দেওবাৰে নিশা দলৰ সৈতে উভতি অহাৰ সময়তে শুল্ক বিভাগে পাণ্ডিয়াৰ পৰা জব্দ কৰে এই ৫কোটি টকীয়া ঘড়ী দুটা। হাৰ্দিক পাণ্ডিয়াৰ আছে মূল্যবান ঘড়ীৰ এক বৃহৎ সংগ্ৰহ। তেওঁৰ সংগ্ৰহত আছে পাটেক ফিলিপ নৌটিলাছৰ ৫ কোটি টকাতকৈ অধিক দামী ঘড়ী।

#excise_duty#hardik_pandya#india_crickaterthecrosscurrent
Comments (0)
Add Comment