বুধবাৰে তামিলনাডুত এক ভয়ংকৰ দুৰ্ঘটনাৰ সমুখীন হয় এখন সেনাৰ হেলিকপ্টাৰ

দুর্ঘটনাগ্ৰস্ত সেনাৰ এই হেলিকপ্টাৰখনত CDS বিপিন ৰাওটৰ লগতে তেওঁৰ পত্নীসহ অন্য ৩ গৰাকী সেনা বিষয়া আৰু ১৭ গৰাকী আৰোহি উপস্থিত আছিল।এই পৰ্যন্ত দুগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ খবৰ প্ৰকাশ পাইছে। সেনাৰ উদ্ধাৰ অভিযান অব্যাহত আছে যদিও এই পৰ্যন্ত তিনিজন বিষয়াক হে উদ্ধাৰ কৰা হৈছে আৰু তেওঁলোকক নিলগিৰিছ জিলাৰ ৱেলিংটন কেন্টনমেণ্ট হাস্পাতালত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত খবৰ অনুসৰি হেলিকপ্টাৰ দুৰ্ঘটনাত থকা যাত্ৰীৰ নাম ক্ৰমে : CDS জেনেৰেল বিপিন ৰাৱাট,পত্নী মধুলিকা ৰাৱাট, ব্ৰিগঃ এলএছ লিড্ডাৰ, লেঃ কৰ্নেল হৰজিন্দৰ সিং, নায়ক গুৰসেৱক সিং, নায়ক জিতেন্দ্ৰ কুমাৰ, লেঃনায়ক বিবেক কুমাৰ, লেঃনায়ক বি সাই তেজা, হাবিলদাৰ সতপাল।

#helicopter_accidenttamilnaduthecrosscurrent
Comments (0)
Add Comment