ৰাজধানী দিল্লীত নিষিদ্ধ হব আতচবাজীঃ কিন্তু কিয়?

দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিয়ে (ডিপিচিচি) মঙলবাৰে ১ জানুৱাৰী-২০২২ ৰ ভিতৰত দেশৰ ৰাজধানী চহৰখনত আতচবাজী বিক্ৰী আৰু জ্বলোৱাত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰাৰ নিৰ্দেশ দিছিল। সেই নিৰ্দেশ অনুসৰি বহু বিশেষজ্ঞই ইংগিত দিছে যে বহু সংখ্যক লোকে আতচবাজী ফুটাই উদযাপন কৰিবলৈ একত্ৰিত হলে কেৱল সামাজিক দূৰত্বৰ নিয়ম উলংঘন হোৱাই নহয় দেশত কোভিড-১৯ৰ ঘটনা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু উচ্চ মাত্ৰাৰ বায়ু প্ৰদূষণৰ ফলত দিল্লীত স্বাস্থ্যৰ গুৰুতৰ সমস্যা সৃষ্টি কৰিব।

CMODelhidelhithecrosscurrent
Comments (0)
Add Comment