ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল অসম কন্যা ফ্ল’ৰিনা গগৈ

◆ অসমলৈ গৌৰৱ কঢ়িয়ালে যোৰহাটৰ কণমানি কন্যা ফ্ল’ৰিনা গগৈয়ে

◆ অৱশেষত ছুপাৰ ডান্সাৰ ৪ৰ বিজয় খিতাপ দখল কৰিলে ফ্ল’ৰিনাই

◆ ১৫ লাখ টকাৰ নগদ ধনসহ ট্ৰফি লৈ গৃহমুখী হ’ল ফ্ল’ৰিনা

◆ উল্লেখ যে ছুপাৰ ডান্সাৰ ৪ৰ বিচাৰকৰ দ্বায়িত্বত আছিল শিল্পা চেট্ৰী, গীতা কাপুৰ আৰু অনুৰাগ বসু

florina_gogoisuperdancer_chapter4thecrosscurrent
Comments (0)
Add Comment