দূৰদৰ্শনৰ ৰামায়ণ ধাৰাবাহিকৰ ৰাৱণৰ চৰিত্ৰত অভিনয় কৰা অৰবিন্দ ত্ৰিবেদী আৰু নাই

১৯৮৭ চনত দূৰদৰ্শনত সম্প্ৰচাৰিত ৰামানন্দ সাগৰৰ আটাইতকৈ জনপ্ৰিয় পৌৰাণিক ধাৰাবাহিক ৰামায়ণত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা অৰবিন্দ ত্ৰিবেদীৰ মঙলবাৰে নিশা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। মৃত্যুৰ সময়ত ত্ৰিবেদীৰ বয়স আছিল ৮২ বছৰ। দীৰ্ঘদিন ধৰি বিভিন্ন দীৰ্ঘম্যাদী ৰোগত আক্ৰান্ত হৈ খোজ কাঢ়িব পৰা নাছিল ত্ৰিবেদী।

indiathecrosscurrent
Comments (0)
Add Comment