২৭ ছেপ্টেম্বৰত দেশৰ কৃষকৰ ‘ভাৰত বন্ধ’ ঘোষণা !

মোদী চৰকাৰক তীব্ৰ বিৰোধিতা কৰি কৃষক সংগঠনে আহ্বান কৰিছে ‘ভাৰত বন্ধ’। মোদী চৰকাৰক আম্বানী, আদানীৰ চৰকাৰ আখ্যা দি কৃষক সংগঠনৰ তীব্ৰ প্ৰতিবাদেৰে ভাৰত বন্ধৰ ঘোষণা কৰিছে। সমগ্ৰ ভাৰত অচল কৰাৰ হুংকাৰ কৃষসকলৰ। ৪০ টাকৈ কৃষক সংগঠনে প্ৰধানমন্ত্ৰী মোদীক‌ কৃষক বিৰোধী আখ্যা দি মুজাফ্ফৰ নগৰৰ কৃষক মহা পঞ্চায়তত বন্ধৰ ঘোষণা কৰে। মূলত ৩খন কৃষি আইনৰ বিৰোধিতাৰে দিয়া হৈছে এই ভাৰত বন্ধ।

#bharatbandh#pm_modithecrosscurrent
Comments (0)
Add Comment