জিগনেশ মেৱানীৰ বিৰুদ্ধে গোচৰ তৰা অৰূপ দে’ আচলতে কোন ?

জিগনেশ মেৱানীৰ বিৰুদ্ধে গোচৰ তৰা অৰূপ দে’ আচলতে কোন ? কেপচন- প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে এটা টুইট ৷ তাৰ পাছত গুজৰাটৰ বিৰোধী বিধায়কৰ বিৰুদ্ধে কোকৰাঝাৰত গোচৰ ৷ গোচৰৰ ভিত্তিত বিধায়কক আটক ৷ কিন্তু গোচৰ তৰা অৰূপ কুমাৰ দে’ আচলতে কোন ?

 

#arup_kumar_dey#assam_police#gujrat_mla#jignesh_mevani#narendra_modithecrosscurrent
Comments (0)
Add Comment