টকিঅ’ অলিম্পিক : মহিলা হকীৰ ছেমিফাইনেলত পৰাস্ত ভাৰত

  • ইতিহাস সৃষ্টি কৰিও ছেমিফাইনেলত থমকি ৰ’বলগীয়া হ’ল ভাৰতৰ মহিলা হকী দল ৷
  • টকিঅ’ অলোম্পিকৰ ছেমি ফাইনেলত আৰ্জেন্টিনাৰ বিৰুদ্ধে ভাৰতৰ পৰাজয় ৷
  • প্ৰথমাৰ্ধত গুৰজিৎ সিঙৰ গ’লৰ সহায়ত ভাৰতে অগ্ৰগতি লাভ কৰিলেও শেষত ২-১ ৰ ব্যৱধানত বিজয়ী হয় আৰ্জেন্টিনা ৷
  • ব্ৰঞ্জৰ পদকৰ বাবে ভাৰতে পৰৱৰ্তী মেচ খেলিব গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে ৷
  • ইয়াৰ লগে লগে হকীত স্বৰ্ণজয়ৰ আশাও নিৰ্বাপিত হ’ল ৷
thecrosscurrenttokyoolympicswomanhockey
Comments (0)
Add Comment