ৰাজ্যপাল জগদীশ মুখী কোভিডত আক্ৰান্ত

অসমৰ ৰাজ্যপাল জগদীশ মুখী কোভিড-১৯ত আক্ৰান্ত। বুধবাৰে ৰাজ্যপাল গৰাকীৰ দেহত ধৰা পৰিছিল কোভিড পজিটিভ। বৰ্তমান গুৱাহাটী এপ’ল হাস্পতালত চিকিৎসাধীন হৈ আছে ৰাজ্যপাল জগদীশ মুখী ।

 

#covid_19#governor_assam#positive#thecrosscurret
Comments (0)
Add Comment