লতা মংগেশকাৰ ক’ভিড-১৯ত আক্রান্ত

ভাৰতৰ নাইটিংগেল লতা মংগেশকাৰ ক’ভিড-১৯ত আক্রান্ত। ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। কিংবদন্তি গায়িকাগৰাকী বৰ্তমান মুম্বাইৰ ব্ৰিচকেণ্ডি চিকিৎসালয়ৰ ICUত চিকিৎসাধীন হৈ আছে। গায়িকাগৰাকীৰ বয়সৰ ওপৰত লক্ষ্য ৰাখি ICU ত চিকিৎসা কৰা হৈছে।

#covid_19#lata_mangeshkar#thecrosscurret
Comments (0)
Add Comment