ক’ভিডত-১৯ ত আক্ৰান্ত মন্ত্ৰী পীযুষ হাজৰিকা

ক’ভিডত-১৯ ত আক্ৰান্ত মন্ত্ৰী পীযুষ হাজৰিকা। বৃহস্পতিবাৰে ধৰা পৰিছিল হাজৰিকাৰ দেহত কোভিড অৱস্থিতি। কালি দিনতোত হোম আইছ’লেশ্যনতে আছিল মন্ত্ৰীগৰাকী। বৰ্তমান চিকিৎসাৰ বাবে GMCH ত উপস্থিত।

#covid_19#pilot#positive#thecrosscurret
Comments (0)
Add Comment