CDS জেনেৰেল বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কাৰণ উদঘাটন

বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কাৰণ উদঘাটন। বিগত মাহৰ ৮ ডিচেম্বৰত দেশৰ প্ৰথম প্ৰতিৰক্ষা কৰ্মচাৰী প্ৰধান (চিডিএছ) জেনেৰেল বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছিল। দুৰ্ঘটনাটোত ৰাৱাটৰ পত্নীসহ ১২ জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল। তামিলনাডুত সংঘটিত হৈছিল এই ভয়াবহ দুৰ্ঘটনা। দুৰ্ঘটনাটো কোনো যান্ত্ৰিক বিফলতা, ষড়যন্ত্ৰ বা অৱহেলাৰ ফলত হোৱা নাছিল। মেঘ আৰু বেয়া বতৰৰ বাবেই দুৰ্ঘটনাত পতিত হৈছিল Mi-17V5 হেলিকপ্টাৰখন। এই তদন্ত প্ৰতিবেদন প্ৰকাশ TRI Service কৰ্টৰ।

#bipinrawat#cds#thecrosscurret
Comments (0)
Add Comment