কোভিডৰ ঠিকা আৰু কলকাতাৰ কোম্পেনীৰ মাজত কি সম্পৰ্ক আছে?

কোভিডৰ ঠিকা আৰু কলকাতাৰ কোম্পেনীৰ মাজত আছে এক বিশেষ সম্পৰ্ক ৷ কলকাতাৰ কোন স্থানৰ পৰা ধন বিনিয়োগ হয় অসমত ? এতিয়া কি চলি আছে তাত ? চাওক এই বিশেষ প্ৰতিবেদন- COVID FILES (PART-2) প্ৰতিবেদন-৪

 

#assamcovidfiles#PPEKit#riniki_bhuyan_sarmacovid19himantabiswasarmathecrosscurrent
Comments (0)
Add Comment