কেজৰিৱাল চৰকাৰে সৃষ্টি কৰিব ২০ লাখ চাকৰি,অসম চৰকাৰে সৃষ্টি কৰিছে এক কোটি হিতাধিকাৰী

আপুনি এটা চাকৰি বিচাৰে,নে আপুনি এজন হিতাধিকাৰী হৈ ৮৩০ টকাৰে মাহটো চলিব বিচাৰে? আপুনি আপোনাৰ সন্তানটিৰ বাবে সংস্থাপন গেৰান্টি বিচাৰে,নে সন্তানটিয়ে চৰকাৰৰ পৰা এখন বুলেট লাভ কৰাটো বিচাৰে? আজি এই প্ৰশ্ন এই বাবেই উত্থাপন কৰিছো,কাৰণ যি সময়ত মাইক্ৰফাইনেন্সৰ ঋণ মাফৰ পৰা আৰম্ভ কৰি ছাত্ৰছাত্ৰীক স্কুটাৰ প্ৰদানলৈকে অসম চৰকাৰে লাখ লাখ হিতাধিকাৰী সৃষ্টিৰ আচনি হাতত লৈছে,সেই সময়তে দিল্লী চৰকাৰে ৫ বছৰত ২০ লাখ নিবনুৱাৰ বাবে কর্ম সংস্থাপনৰ ব্যবস্থা কৰিছে৷ আজি চাওঁ আহক,হিমন্ত বিশ্ব শর্মাৰ চৰকাৰতকৈ কিয় আৰু কিমান বেলেগ দিল্লীৰ কেজৰিৱাল চৰকাৰ৷

 

#arvind_kejriwal#assam_government#delhigovernment#himanta_biswa_sarmajobsthecrosscurrent
Comments (0)
Add Comment