- সীমান্তৰ ৰক্তক্ষয়ী সংঘাতৰ পাছত আলোচনাত বহিবলৈ ওলাইছে অসম – মিজোৰামৰ চৰকাৰ ৷
- বৃহস্পতিবাৰে আইজলত অনুষ্ঠিত হ’ব দুয়োখন ৰাজ্যৰ মন্ত্ৰীসকলৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক ৷
- মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই টুইটযোগে সদৰী কৰিছে এই কথা ৷
- বৈঠকৰ জড়িয়তে সীমা সমস্যাৰ সমাধানৰ পথ ওলাব বুলি তেও আশা প্ৰকাশ কৰে ৷
- অসমৰ হৈ বৈঠকত ভাগ ল’ব মন্ত্ৰী অতুল বৰা আৰু অশোক সিংঘালে ৷