অসমীয়া অবিহনে এ পি এছ চিৰ মূল লিখিত পৰীক্ষা কেতিয়া ?

অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ মূল লিখিত পৰীক্ষাৰ সময়সূচী ঘোষণা কৰা হৈছে ৷ অসমীয়া বিষয়ৰ বাধ্যতামূলক প্ৰশ্নকাকত অবিহনে অহা ২১ ফেব্ৰুৱাৰীৰ পৰা মূল লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব ৷ ২১ ফেব্ৰুৱাৰী , ২২ ফেব্ৰুৱাৰী , ২৩ আৰু ২৭ ফেব্ৰুৱাৰীত এই পৰীক্ষা অনুষ্ঠিত হ’ব ৷

#mainexam#thecrosscurretapscassam
Comments (0)
Add Comment