মুখ্যমন্ত্ৰীৰ মতে বানৰ লগত মোকাবিলা কৰিবলৈ কেন্দ্ৰই অসমক সকলো দিছে৷ দিছে বান সাহার্যৰ চাউল, ডালিৰ বাবেও ধন৷ কিন্তু তথ্যই কয়, এনডিআৰএফৰ প্ৰাপ্য পূঁজিৰ পৰা বছৰ বছৰ ধৰি অসমক বঞ্চিত কৰি আহিছে মোদী চৰকাৰে? চাওক মুখ্যমন্ত্ৰীৰ বক্তব্যৰ বিপৰীতে কি কয় তথ্যই?