- অহা ডেৰ বছৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব ১০ লাখ নিযুক্তি ৷
- কেন্দ্ৰৰ প্ৰতিটো বিভাগৰ মানৱ সম্পদৰ পৰ্যালোচনা কৰাৰ পাছত এই নিৰ্দেশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷
PM @narendramodi reviewed the status of Human Resources in all departments and ministries and instructed that recruitment of 10 lakh people be done by the Government in mission mode in next 1.5 years.
— PMO India (@PMOIndia) June 14, 2022