ৰাম মন্দিৰ প্ৰসংগত হঠাৎ মুখ খুলিছে ৰাহুল গান্ধীয়ে। ৰাম মন্দিৰৰ শিলান্যাসৰ ভূমিপূজন চলি থকা সময়তে টুইটাৰ যোগে ৰাহুল গান্ধীয়ে ব্যক্ত কৰিছে ৰাম মন্দিৰ সমন্ধে তেখেতৰ প্ৰথমটো ৰাজহুৱা মন্তব্য।
কিছুমান সময় আগতে ৰাম মন্দিৰ সম্পৰ্কত মতা মত প্ৰকাশ কৰি ৰাহুল গান্ধীয়ে টুইট কৰি কয় যে ” মৰ্যদা পুৰুষোত্তম ভগবান ৰাম সৰ্বোত্তম মানৱীয় গুণৰ স্বৰূপ হয়। তেওঁ আমাৰ মনৰ গভীৰতাত থকা মানৱীয়তাৰ মূল ভাৱনা হয়।”
ৰাহুল গান্ধীয়ে আৰু কয় যে ৰাম প্ৰেম হয়, গতিকে তেওঁ কেতিয়াও ঘৃণালৈ পৰিৱৰ্তিত হ’ব নোৱাৰে। ৰাম কৰুণাৰ প্ৰতীক, গতিকে ই কেতিয়াও ক্ৰুৰতালৈ পৰিৱৰ্তিত হব নোৱাৰে। ৰাম ন্যায়ৰ প্ৰতীক গতিকে তেওঁ কেতিয়াও অন্যায় লৈ পৰিৱৰ্তিত হ’ব নোৱাৰে।
मर्यादा पुरुषोत्तम भगवान राम सर्वोत्तम मानवीय गुणों का स्वरूप हैं। वे हमारे मन की गहराइयों में बसी मानवता की मूल भावना हैं।
राम प्रेम हैं
वे कभी घृणा में प्रकट नहीं हो सकतेराम करुणा हैं
वे कभी क्रूरता में प्रकट नहीं हो सकतेराम न्याय हैं
वे कभी अन्याय में प्रकट नहीं हो सकते।— Rahul Gandhi (@RahulGandhi) August 5, 2020
Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.