ৰাজ্যত ক’ৰোনাৰ আক্ৰান্তৰ সংখ্যা পুনৰ বৃদ্ধি। এইমুহূৰ্তত অহা খবৰ অনুসৰি শিলচৰত কোৱাৰেণ্টীন চেণ্টাৰত থকা দুগৰাকীৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে। তাৰে এগৰাকী কাছাৰৰ আবাসী আৰু আনগৰাকী হাইলাকান্দিৰ। টুইটেযোগে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
????Alert ~ Two persons from Silchar quarantine centre are found #COVID19 +. One each from Cachar and Hailakandi.
↗️Total cases 216
↗️Recovered 54
↗️Active cases 155
↗️Deaths 04
↗️Migrated 03Update 3.10 pm / May 22#AssamCovidCount pic.twitter.com/aGsbNkuVUV
— Himanta Biswa Sarma (@himantabiswa) May 22, 2020
Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.