৬ আৰু ৭ জানুৱাৰীত কোনে কোনে পাব বিশেষ ছুটী ?

• নতুন বছৰৰ ৬ আৰু ৭ জানুৱাৰীত অসম চৰকাৰৰ কৰ্মচাৰীলৈ আগবঢ়োৱা হ’ব বিশেষ ছুটী ৷
• যিসকল কৰ্মচাৰীৰ মাক – দেউতাক বা শহুৰ – শাহু জীয়াই আছে , তেওলোকে এই ছুটী লাভ কৰিব ৷
• তাৰ পাছৰ ৮ জানুৱাৰী দ্বিতীয় শণিবাৰ আৰু ৯ জানুৱাৰী দেওবাৰ ৷
• পিতৃ – মাতৃৰ লগত কটাবলৈ চৰকাৰী কৰ্মচাৰীসকলে এই বিশেষ ছুটী লাভ কৰিব ৷

Comments (0)
Add Comment