৪৮ ঘন্টীয়া বৈঠকৰ পাছতো উপায়ুক্তই নুশুনে নেকি মুখ্যমন্ত্রীৰ কথা?

ডিফুৰ পাছত তেজপুৰত মুখ্যমন্ত্রীৰ দুদিনীয়া উপায়ুক্ত সন্মিলন। তাৰপাছতো বান পৰিস্থিতিৰ মোকাবিলা কৰিব পৰা নাই উপায়ুক্তই। মুখ্যমন্ত্রীৰ ভিডিও কনফাৰেণ্সিঙৰ পাছতে প্ৰশ্ন উঠিছে প্ৰশাসন ব্যৱস্থা পৰিচালনাত ব্যৰ্থ নেকি ডঃ হিমন্ত বিশ্ব শৰ্মা?

স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos Visit: https://thecrosscurrent.in/ Follow Us Facebook: https://www.facebook.com/TheCrossCurrent YouTube: https://www.youtube.com/c/TheCrossCurrentYoutube Instagram: https://www.instagram.com/crosscu Twitter: https://twitter.com/CurrentCross #HimantaBiswaSarma #CMAssam #AssamFloods #Darang #darangdc #thecrosscurrent  @The CrossCurrent 

#himanta_biswa_sarmathecrosscurrent
Comments (0)
Add Comment